জীৱন কালজীৱন বীমা

জীৱন চক্ৰ (Assamese) [ Roman: ji.won so.kro]
Contributed by: Partha P Sarmah on 2008-04-23
1. (Abstract Noun) the series of forms into which a living being changes as it develops from birth to death. কোনো জীৱৰ জন্মৰ পৰা মৃত্যুলৈকে হোৱা শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰ (বিকাশ,অৱক্ষয়ৰ) স্তৰ সমূহ৷